Skip to content

দীপাৱলীৰ আনন্দৰ মাজতে মহানগৰীত অগ্নিকাণ্ড।


পাণবজাৰত সংঘটিত হৈছে অগ্নিকাণ্ডৰ ঘটনা।ৰে’লৱে কলনিত সংঘটিত অগ্নিকাণ্ডত কেইবাটাও বাসগৃহ জুইত জাহ গৈছে। লক্ষ্যাধিক টকাৰ সা-সম্পত্তি ভষ্মীভূত হৈছে এই অগ্নিকাণ্ডত। অগ্নি নিৰ্বাপক বাহিনীৰ কেইবাখনো জুই নুমোওৱা গাড়ীয়ে অগ্নি নিৰ্বাপনৰ বাবে চেষ্টা অব্যাহত ৰাখিছে।

Back To Top