A man allegedly killed his 23-year-old pregnant wife over dowry at Hajo on the outskirts…
দীপৰ বিলত ১০০নাৱেৰে চলিব নৌকা বিহাৰ।
দীপৰ বিলৰ বুকুত শতাধিক নাৱেৰে চলিব নৌকাবিহাৰ।অসমৰ একমাত্ৰ পক্ষী অভয়াৰণ্য তথা ৰামচাৰ চাইট খ্যাত দীপৰ বিললৈ অহা দেশী-বিদেশী পৰ্যতকে নাৱত উঠি পৰিভ্ৰমী পক্ষী জলকেলি আৰু সৌন্দৰ্য উপভোগ কৰিব পাৰিব।মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে যোৱা কালি পৰ্যটন মন্ত্ৰী বিমল বৰাৰ উপস্থিতিত পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ন কলিতাৰ লগতে বন্য প্ৰাণী সংৰক্ষণ আৰু পৰ্যতন বিভাগৰ শীৰ্ষতম বিষয়াৰ উপস্থিতিত দ্বীপৰ বিলত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈ যায়।এই সিদ্ধান্তই দীপৰ বিললৈ পৰ্যটনৰ ক্ষেত্ৰত এক আশাৰ ৰেঙনি কঢ়িয়াই আনিছে।