skip to Main Content

প্ৰতিকূল বতৰকো নেওচি আজি উলহ মালহেৰে পালন কৰা হৈছে সৰস্বতী পূজা।


প্ৰতিকূল বতৰকো নেওঁচি আজি উলহ মালহেৰে বিদ্যালয়ে বিদ্যালয়ে পালন কৰা হৈছে সৰস্বতী পূজা।নেৰা নেপেৰা বৰষুণেও ম্লান কৰিব পৰা নাই সৰস্বতী পূজাৰ উচাহ উদ্দীপনা।বিদ্যাৰ আৰাধ্য দেৱীৰ আগত সেৱা জনাই বছৰটো যাতে ভালে যায় তাৰ কামনা কৰে সকলোৱে।বিদ্যাৰ্থী সকলে পঢ়া শুনাত মন দিবৰ বাবে মাৰ ওচৰত আশীষ লয়।

Back To Top