skip to Main Content

দ্বিতীয়বাৰৰ বাবে অসম বিজেপিৰ সাংগঠনিক সম্পাদকৰ দায়িত্ব প্ৰদান ফনীন্দ্ৰনাথ শৰ্মাক

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডাই অসম আৰু ত্ৰিপুৰাৰ সাংগঠনিক সম্পাদকৰ নাম ঘোষণা কৰিছে।দ্বিতীয়বাৰৰ বাবে ফনীন্দ্ৰনাথ শৰ্মাক প্ৰদান কৰা হৈছে অসম প্ৰদেশৰ সাংগঠনিক সাধাৰণ সম্পাদকৰ দায়িত্ব।লগতে ত্ৰিপুৰাৰ সাংগঠিনক সাধাৰণ সম্পাদকৰো দায়িত্ব প্ৰদান কৰা হৈছে ফনীন্দ্ৰনাথ শৰ্মাক।

Back To Top