Skip to content

পুনৰ গ্ৰেপ্তাৰ শ্বেৰমান আলী আহমেদক।

ভিজিলেন্সৰ দ্বাৰা গ্ৰেপ্তাৰ হ’ল বিতৰ্কিত বিধায়ক শ্বেৰমানক।বিধায়ক পুঁজিৰ ধন আত্মসাতৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে বিধায়কজনক।গ্ৰেপ্তাৰৰ পাছতে বিশেষ আদালতত হাজিৰ কৰোৱা হৈছে বিধায়কজনক।অসম আন্দোলনৰ শ্বহীদক লৈ বিতৰ্কিত মন্তব্য কৰি গ্ৰেপ্তাৰ হৈছিল বিধায়ক শ্বেৰমান আলী আহমেদ।

Back To Top