The Assam Board of Secondary Education (SEBA) has issued a notification regarding the registration of…
ধ্বংসৰ গৰাহত অসমৰ একমাত্র ৰামচৰ ক্ষেত্র দীপৰ বিল
ধ্বংসৰ গৰাহত দীপৰ বিল। চৰকাৰৰ অৱহেলাৰ বাবে হেৰাই যোৱাৰ উপক্রম হৈছে দীপৰ বিলৰ ঐতিহ্য। শেহতীয়াকৈ বিলখনৰ চৌপাশে নিৰ্মাণ হোৱা উদ্যোগ, দীপৰ বিলৰ বেদখল আৰু পেলনীয়া জাবৰ জোথৰ পেলাই প্ৰদূষিত কৰিছে দীপৰ বিল। দীপৰ বিললৈ অহা পৰিভ্রমী চৰাই বৰ্তমান নোহোৱা হৈছে। দীপৰ বিলৰ সংৰক্ষণৰ দাবীৰে দেউচটাল ৰাজহুৱা খেলপথাত প্ৰতিবাদী সভা।