Skip to content

ধৰ্মীয় স্থানক লৈ ৰাজ্য চৰকাৰৰ এছ অ পি

অসম চৰকাৰে প্ৰকাশ কৰা নতুন SOP অনুসৰি প্ৰসিদ্ধ ধৰ্মীয় ক্ষেত্ৰ যেনে কামাখ্যাত প্ৰতি ঘণ্টাত ৬০ গৰাকী দুয়োপালি প্ৰতিষেধক লোৱা লোকে প্ৰৱেশ কৰিব পাৰিব আনহাতে আন আন ধৰ্মীয় স্থানত ৪০ গৰাকী দুয়োপালি প্ৰতিষেধক লোৱা লোকে প্ৰৱেশ কৰিব পাৰিব বুলি শ্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই ঘোষণা কৰে৷

Back To Top