skip to Main Content

ধৰ্মীয় স্থানক লৈ ৰাজ্য চৰকাৰৰ এছ অ পি

অসম চৰকাৰে প্ৰকাশ কৰা নতুন SOP অনুসৰি প্ৰসিদ্ধ ধৰ্মীয় ক্ষেত্ৰ যেনে কামাখ্যাত প্ৰতি ঘণ্টাত ৬০ গৰাকী দুয়োপালি প্ৰতিষেধক লোৱা লোকে প্ৰৱেশ কৰিব পাৰিব আনহাতে আন আন ধৰ্মীয় স্থানত ৪০ গৰাকী দুয়োপালি প্ৰতিষেধক লোৱা লোকে প্ৰৱেশ কৰিব পাৰিব বুলি শ্বাস্থ্য মন্ত্ৰী…

Read More

৩৩ সংখ্যক গ্ৰন্থমেলা

গুৱাহাটীৰ চানমাৰিস্থিত অসম অভিযান্ত্ৰিক খেলপথাৰত বুধবাৰৰ পৰা আৰম্ভ হৈছে ৩৩ সংখ্যক গ্ৰন্থমেলা। বুধবাৰে ৪ বজাত উদ্বোধনী অনুষ্ঠানত উপস্হিত থাকিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব শৰ্মাকে আদি কৰি বহু ব্যক্তি। নতুন দিল্লী, কলকাতা তথা ৰাজ্যৰ মুঠ ৯২ টা প্ৰকাশন গোষ্ঠীয়ে অংশগ্ৰহণ…

Read More
Back To Top