Skip to content

নগাঁৱত ছাত্ৰ নেতা জনক গুলীওৱাৰ বিষয় লৈ সৰৱ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা


নগাঁও কাণ্ডক লৈ সৰৱ মুখ্য়মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।”কোনো নিৰপৰাধী লোককে অলিয়ে-গলিয়ে গুলীওৱাৰ অনুমতি দিয়া ন’হব।”কোনো আৰক্ষী বিষয়া যদি দোষী সাব্যস্ত হয় তেতিয়াহ’লে তাৰ বিৰুদ্ধে বিহিত ব্যৱস্থা লোৱা হব”।”আমাৰ যুদ্ধ ORGANISHED CRIMEৰ বিৰুদ্ধে”।এই মন্তব্য মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ।

Back To Top