On September 23, officers from the Customs Commissionerate (preventive), (CCP) Shillong, seized 14 pieces of…
নগাঁৱত ৰাস মহোৎসৱ উদযাপনৰ ব্যাপক প্ৰস্তুতি
শ্ৰীকৃষ্ণৰ ৰাসলীলা মহোৎসৱলৈ মাজত মাথোঁ কেইটামান দিন । ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ নগাঁৱৰ কচুৱাৰ লুটুমাৰী লংকাগাঁওত দেখা গৈছে ৰাস মহোৎসৱ উদযাপনৰ ব্যাপক প্ৰস্তুতি। লুটুমাৰী লংকাগাঁও আঞ্চলিক সমিতিৰ উদ্যোগত বিগত বৰ্ষ সমূহৰ দৰে এইবাৰু কভিড নীতি-নিয়ম পালন কৰি আঘোণ মাহৰ ২,৩,৪ তাৰিখে তিনিদিয়াকৈ উদযাপন কৰা হব ভগৱান শ্ৰীকৃষ্ণৰ ৰাসলীলা। যাৰ বাবে এতিয়া আখৰাত ব্যস্ত হৈ পৰিছে লুটুমাৰী অঞ্চলবাসী।