In an effort to improve Schools in Assam, Chief Minister Himanta Biswa Sarma announces ₹10,000…
নতুন বছৰত ছবিগৃহলৈ আহিব জুবিন গাৰ্গ দুখনকৈ ছবি
নতুন বছৰত ছবিগৃহলৈ আহিব জুবিন গাৰ্গ দুখনকৈ ছবি। বছৰটোৰ মাজভাগত ছবিগৃহলৈ আহিব ৰাজনীতি। ৰাজনীতিত জুবিন গাৰ্গৰ লগতে অভিনয় কৰিছে জনপ্ৰিয় অভিনেত্ৰী বৰষাৰাণী বিষয়া, বিশিষ্ট অভিনেতা তপন দাস, মোহময়ী অভিনেত্ৰী গীতাৱলী ৰাজকুমাৰীয়ে।সেইদৰে বছৰৰ শেষৰ ফালে ছবিগৃহলৈ আহিব জুবিন গাৰ্গ অভিনীত বহু চৰ্চিত ছবি ড০ বেজবৰুৱা ২। ছবিখন পৰিচালনা কৰিছে বিশিষ্ট অভিনেতা নিপন গোস্বামীয়ে।