A criminal has succumbed to his injuries after facing the heat of angry locals at…
নাপাব পেট্ৰল,শীঘ্ৰেই বন্ধ হ’ব পাৰে পেট্ৰল পাম্প সমূহ
নিজৰ স্থিতিত অটল উত্তৰ-পূৱৰ পেট্ৰল ডিলাৰ এছ’চিয়েচন।পেট্ৰলকলৈ সমস্যাত পৰিব পাৰে আপুনিও।ইথানলযুক্ত পেট্ৰল গ্ৰহণ নকৰাৰ স্থিতিত অটল এছ’চিয়েচন।পুৰণি মজুত থকা পেট্ৰল শেষ হ’লে বিপদত পৰিব পাৰে গ্ৰাহক।সোমবাৰৰ পৰা ১০ শতাংশ ইথানলযুক্ত পেট্ৰল যোগানৰ কথা কৈছিল ভাৰত কৰপ’ৰেশ্যন লিমিটেডে।সিদ্ধান্তৰ তীব্ৰ বিৰোধীতা ডিলাৰ এছ’চিয়েচনৰ।ইতিমধ্যে বন্ধ হৈ পৰিছে বেলতলা ৱাৰ্লেছত থকা পেট্ৰল পাম্প।