Assam and Meghalaya agreed on Saturday to withdraw state police forces deployed along the interstate…
নিমাতীৰ মৰ্মান্তিক ঘটনাৰ পিছত ৰাজ্য চৰকাৰে ব্যৰ্থতা স্বীকাৰ কৰি নিলম্বিত কৰিছে তিনি অভিযন্তাক
নিমাতীৰ মৰ্মান্তিক ঘটনাৰ পিছতে ৰাজ্য চৰকাৰে ব্যৰ্থতা স্বীকাৰ কৰি নিলম্বিত কৰিছে তিনি অভিযন্তাক।পৰিবহণ সচিবক দিয়া হৈছে তদন্তৰ দায়িত্ব। নিলম্বিত তিনি অভিযন্তাৰ এজন কাৰ্যবাহী অভিযন্তা বিক্ৰমাদিত্য চৌধুৰী। দুৰ্ঘটনাৰ সময়ত ঘৰত আছিল বিক্ৰমাদিত্য চৌধুৰী। এইগৰাকী বিক্ৰমাদিত্য চৌধুৰী তিনি বছৰ পূৰ্বে উত্তৰ গুৱাহাটীত সংঘটিত নাও দুৰ্ঘটনাৰ পিছতো নিলম্বিত হৈছিল। তিনি বছৰত দুবাৰকৈ নিলম্বিত। উত্তৰ গুৱাহাটীৰ ঘটনাৰ সময়ত আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ উপ–সঞ্চালক আছিল বিক্ৰমাদিত্য চৌধুৰী।