![](https://newsnetworktv.com/wp-content/uploads/2021/10/Raunak-Ali-Hazarika-1.jpg)
ৰৌণক আলী হাজৰিকাক CM VIGILENCE ৰ পুনৰ ৪ দিনৰ জিম্মাত বিচাৰি আদালতত আবেদন৷ কিন্ত আদালতে নিলম্বিত IPS ৰৌণক আলী হাজৰিকাক আৰক্ষীৰ জিম্মাত দিয়াৰ বিপৰীতে প্ৰেৰণ কৰে কাৰাগাৰলৈ৷ প্ৰয়োজনত কাৰাগাৰলৈ গৈ তদন্তকাৰী বিষয়াই সোধা-পোছা কৰাৰ অনুমতি প্ৰদান বিশেষ ন়্যায়াধীশৰ আদালতৰ ৷