Skip to content

নিশ্চিত হ’ল সৰ্বানন্দ সোণোৱালৰ ৰাজ্যসভাৰ আসনখন।

নিশ্চিত হ’ল সৰ্বানন্দ সোণোৱালৰ ৰাজ্যসভাৰ আসনখন।সোণোৱালৰ বিপক্ষে কোনো প্ৰাৰ্থীয়ে দাখিল নকৰিলে মনোনয়ন।ইতিমধ্যে মনোনয়ন পত্ৰ পৰীক্ষণ হোৱাৰ পাছত নিৰ্বাচনী বিষয়াই বৈধ ঘোষণা কৰে।২৭ছেপ্তেম্বৰত আনুষ্ঠানিকভাৱে ঘোষণা কৰিব সোণোৱালৰ নাম।

Back To Top