Assam and Meghalaya agreed on Saturday to withdraw state police forces deployed along the interstate…
নিৰ্বাচনী সভাত কান্দি কান্দি ভোট ভিক্ষা বদৰুদ্দিন আজমলৰ
মঙলবাৰে গোসাঁইগাঁও বিধানসভা সমষ্টিৰ কাচাৰিগাঁৱত অনুষ্ঠিত হয় এআইইউডিএফৰ এক নিৰ্বাচনী প্ৰচাৰ সভা। সভাত উপস্থিত থাকে এ আই ইউ ডি এফৰ সভাপতি বদৰুদ্দিন আজমল। নিৰ্বাচনী সভাত তেওঁ হুকহুকাই কান্দি কান্দি ৰাইজক এআইইউডিএফৰ প্ৰাৰ্থী খাইৰুল আনাম খন্দকাৰক ভোট দিবলৈ আহ্বান জনায়। লগতে বদৰুদ্দিন আজমলৰ তলা–চাবি মজবুত কৰি ৰখাৰ বাবে ৰাইজক আহ্বান জনায় সাংসদ বদৰুদ্দিন আজমলে।