skip to Main Content

পুনৰ ড্ৰাগছসহ জালত পৰিল এটা সৰবৰাহকাৰী

ৰাজ্যত অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান। অভিযানত পুনৰ বৰপেটাত ড্ৰাগছসহ জালত পৰিল এটা সৰবৰাহকাৰী। ৰাজ্য চৰকাৰৰ নিৰ্দেশত অসম আৰক্ষীৰ বৃহৎ অভিযানৰ পিছতো বন্ধ হোৱা নাই নিষিদ্ধ ড্ৰাগছৰ ব্যৱসায়৷ বৰপেটাত অব্যাহত থকা ড্ৰাগছ ব্যৱসায়ৰ মাজতেই বৰপেটা আৰক্ষীৰ জালত পৰে এই ড্ৰাগছ ব্যৱসায়ীটো৷

Back To Top