On September 23, officers from the Customs Commissionerate (preventive), (CCP) Shillong, seized 14 pieces of…
পঞ্চদশ বিধানসভাৰ প্ৰথমটো শীতকালীন অধিৱেশন।
আজিৰেপৰা আৰম্ভ পাঁচদিনীয়াকৈ বিধান সভা অধিৱেশন। অধিৱেশনৰ প্ৰথম দিনাই উত্তাল সদন। বিৰোধীয়ে উত্তাল কৰে সদন। সদনৰ বাহিৰত উচ্ছেদ অভিযানক লৈ প্ৰতিবাদ AIUDFৰ বিধায়কৰ। বিধানসভাৰ শীতকালীন অধিৱেশনৰ প্ৰথম দিনাই বিৰোধী দলে বিভিন্ন ইছ্যুক লৈ উত্তাল কৰে সদন। প্ৰশ্নোত্তৰৰ ঘণ্টাৰ পিছতে সদন ত্যাগ এআইইউডিএফৰ বিধায়কসকলৰ। সদনৰ পৰা ওলাই আহি এআইইউডিএফৰ বিধায়কসকলে বিধানসভাৰ মূল প্ৰৱেশ পথত প্লে’ কাৰ্ড লৈ সাব্যস্ত কৰে প্ৰতিবাদ।