Skip to content

পাঞ্জাবলৈ ৰাওনা হ’ল অসম আৰক্ষীৰ এটা বৃহৎ দল।


পাঞ্জাবলৈ ৰাওনা হ’ল অসম আৰক্ষীৰ এটা বৃহৎ দল।পাঞ্জাবৰ বিধানসভা নিৰ্বাচনৰ সময়ত নিৰাপত্তাৰ দায়িত্বত নিয়োজিত অসম আৰক্ষীৰ জোৱানসকল।স্পেচিয়েল ডিজিপি জি পি সিঙে টুইটাৰযোগে সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছে আৰু লিখিছে-“Shine bright and bring back happy memories”.

Back To Top