Skip to content

পিতৃৰ মৃত্যুৰ পিছত সম্পতিৰ ভাগ পাব কণ্যাই।উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়দান


উচ্চতম ন্যায়ালয়ে কৰিলে গুৰুত্বপূৰ্ণ ৰায়দান।পিতৃৰ মৃত্যুৰ পিছত সম্পতিৰ ভাগ পাব কন্যাই।পিতৃৰ মৃত্যুৰ পিছত উইল নকৰিলেও পাব সম্পতি।পৰিয়ালৰ আন আন সদস্য়ৰ তুলনাত কন্যাক দিয়া হৈছে অগ্ৰাধিকাৰ।দুজনীয়া বিচাৰপীঠে কৰিলে এই গুৰুত্বপূৰ্ণ ৰায়দান।

Back To Top