skip to Main Content

পেৰা অলিম্পিকত পদক অৰ্জন কৰা খেলুৱৈসকলৰ সৈতে মত বিনিময় কৰে প্ৰধানমন্ত্ৰীয়ে।


পেৰা অলিম্পিকত পদক অৰ্জন কৰা সকলো খেলুৱৈক প্ৰধানমন্ত্ৰীৰ সাক্ষাৎ।খেলুৱৈসকলৰ সৈতে মত বিনিময় কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।প্ৰধানমন্ত্ৰী কাৰ্যালয়ত আয়োজন কৰা হৈছিল বিশেষ সম্বৰ্ধনা কাৰ্যসূচী।লগতে
দেশলৈ গৌৰৱ কঢ়িয়াই অনাৰ বাবে প্ৰধানমন্ত্ৰীয়ে জনালে ধন্যবাদ।

Back To Top