Skip to content

প্ৰদেশ কংগ্ৰেছৰ সঁজাতি দলৰ সাক্ষাৎ ৰাজ্যৰ মুখ্য নিৰ্বাচন আয়ুক্তক

প্ৰদেশ কংগ্ৰেছৰ সঁজাতি দলৰ সাক্ষাৎ ৰাজ্যৰ মুখ্য নিৰ্বাচন আয়ুক্তক। ৰাজ্যিক নিৰ্বাচনী আয়ুক্তক সাক্ষাৎ কৰি স্মাৰক পত্ৰ প্ৰদান দলটোৰ। গুৱাহাটী পৌৰ নিগম, ৰাজ্যৰ পৌৰ সভা সমূহৰ নিৰ্বাচন পতাৰ দাবীত এই স্মাৰক পত্ৰ প্ৰদান। সঁজাতি দলটোত আছে প্ৰাক্তন মেয়ৰ কুশল শৰ্মা, অসীমা বৰদলৈ, স্বপন দাস, মনজিত মহন্ত।

Back To Top