A massive landslide in Himachal Pradesh's Kullu district today destroyed several houses with many people…
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপদেষ্টা হিচাপে অমিত খাৰেক নিযুক্তি।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপদেষ্টা হিচাপে অমিত খাৰেক নিযুক্তি।দুবছৰৰ বাবে এই পদত নিযুক্তি অমিত খাৰেক। তথ্য-সম্প্ৰচাৰ আৰু শিক্ষা মন্ত্ৰালয়ৰ প্ৰাক্তন সচিব অমিত খাৰে। ৩০ ছেপ্তেম্বৰত শিক্ষা মন্ত্ৰালয়ৰ সচিব পদৰ পৰা অৱসৰ লৈছিল খাৰে। মঙলবাৰে খাৰেক প্ৰধানমন্ত্ৰীৰ উপদেষ্টা হিচাপে নিযুক্তি দিয়ে মন্ত্ৰীপৰিষদৰ নিয়োগ কমিটীয়ে।