A massive landslide in Himachal Pradesh's Kullu district today destroyed several houses with many people…
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বুধবাৰে দিনৰ ১২ বজাত ৬ খন ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু ৪০ খন জিলা দণ্ডাধিশৰ লগত এক অনলাইন বৈঠকত মিলিত হয়।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বুধবাৰে দিনৰ ১২ বজাত ৬ খন ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু ৪০ খন জিলা দণ্ডাধিশৰ লগত এক অনলাইন বৈঠকত মিলিত হয়।কোভিড ভেকচিন প্ৰদানৰ বিষয়ত অনুষঠিত হয় পৰ্যালোচনামূলক বৈঠক।ঝাৰখণ্ড, মণিপুৰ, নাগালেণ্ড, অৰুণাচল প্ৰদেশ, মহাৰাষ্ট্ৰ, মেঘালয়ৰ ৪০ খনতকৈও অধিক জিলাত কোভিড ভেকচিন প্ৰদান যথেষ্ট হ্ৰাস পাইছে।প্ৰধানমন্ত্ৰী মোডীয়ে এই জিলাসমূহৰ জিলা দণ্ডাধীশসকলৰ সৈতে আলোচনা কৰে। এই ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীও বৈঠকত উপস্থিত থাকে। বৈঠকত ভেকচিনৰ গতি আৰু গতি বৃদ্ধিৰ বিষয়ে আলোচনা কৰে।