Skip to content

প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিং অসুস্থ।

বুধবাৰে নিশা দিল্লীৰ এইমছত ভৰ্তি কৰা হৈছে প্ৰাক্তন প্রধানমন্ত্ৰীগৰাকীক।
জ্বৰ হোৱাৰ পাছতে ড০ সিঙক ভৰ্তি কৰা হয় এইমছত।প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ স্বাস্থ্যৰ বুজ ল’বলৈ দিল্লী এইমছত উপস্থিত হয় কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী মনসুখ মাণ্ডাবীয়া।

Back To Top