On September 23, officers from the Customs Commissionerate (preventive), (CCP) Shillong, seized 14 pieces of…
প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছৰ জেষ্ঠ নেতা আব্দুল মুহিব মজুমদাৰ অসুস্থ।
প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছৰ জেষ্ঠ নেতা আব্দুল মুহিব মজুমদাৰ অসুস্থ। বৰ্তমান গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন আব্দুল মুহিব মজুমদাৰ৷ উন্নত চিকিৎসাৰ বাবে হাইলাকান্দিৰ পৰা গুৱাহাটীলৈ অনা হৈছিল তেওঁক৷ GHMC ত তেখেতৰ স্বাস্থ্যৰ বুজ ললে কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰানা গোস্বামীৰ লগতে এটা সজাতিৰ দলে। GMCH ৰ শল্য চিকিৎসা বিভাগৰ ICU ত চিকিৎসাধীন প্ৰাক্তন মন্ত্ৰীগৰাকী। প্ৰাক্তন মন্ত্ৰীগৰাকীৰ বৰ্তমান স্বাস্থ্যৰ অৱস্থা কিছু উন্নত। কিন্তু শেহতীয়া ২৪ ঘণ্টাত ৰক্তচাপ কিছু উঠা নমা হৈ আছে বুলি জানিব দিয়ে GMCH ৰ অধিক্ষক অভিজিৎ শৰ্মাই।