Assam Governor Shri Gulab Chand Kataria visited Wing Commander Utpal Barbara, the recipient of the…
প্ৰায় এটা সপ্তাহৰ ভিতৰত ৰাজ্য ক’ভিড মুক্ত হোৱাৰ সম্ভাৱনা।এই মন্তব্য GMCH ৰ অধ্যক্ষৰ।
আগন্তুক এক সপ্তাহৰ ভিতৰত ৰাজ্য় ক’ভিড মুক্ত হোৱাৰ সম্ভাৱনা।ৰাজ্যত বৰ্তমান পুনৰ সুস্থিৰ হৈ উঠিছে ক’ভিড পৰিস্থিতি।এই কথা প্ৰকাশ কৰিছে GMCH ৰ অধ্যক্ষ ড০ অচ্যুত বৈশ্যই।GMCHতো বৰ্তমান ৩২ গৰাকীহে ক’ভিড ৰোগী চিকিৎসাধীন হৈ থকাৰ কথাও প্ৰকাশ কৰে অধ্যক্ষগৰাকীয়ে। বিগত ২৪ ঘন্টাত ৰাজ্যত ক’ভিডত আক্ৰান্ত লোকৰ সংখ্যা হৈছে ৪৩১ গৰাকী আনহাতে পজিটিভিতিৰ হাৰ হৈছে ১.২৮ শতাংশ।