Skip to content

বাংলাদেশত হিন্দু নাগৰিকৰ ওপৰত অত্যাচাৰ

বাংলাদেশত দুৰ্গা পূজাত আৰম্ভ হোৱা সাম্প্ৰদায়িক সংঘৰ্ষত শেহতীয়াকৈ দুজন হিন্দু ধৰ্মাৱলম্বী লোক নিহত হৈছে। বুধবাৰে এখন পূজা মণ্ডপত পবিত্ৰ কোৰাণৰ কথিত অপমানৰ পৰাই সূত্ৰপাত হয় সাম্প্ৰদায়িক সংঘৰ্ষৰ। দুৰ্গা পূজাৰ সাম্প্ৰদায়িক সংঘৰ্ষত এতিয়ালৈ মৃত্যু হৈছে ৬ জনৰ।

Back To Top