Skip to content

বামুণীমৈদামৰ কুশল নগৰত হত্যাকাণ্ড


নিজ ভাতৃয়ে হত্যা কৰিলে ককায়েকক।জিণ্টু দাসে হত্যা কৰিলে ককায়েক কমল দাসক।নিশা শোৱাপাটীতে ৰদেৰে মৰিয়াই মৰিয়াই হত্যা কৰে।দিনৰ পৰাই কাজিয়াৰ সূত্ৰপাত হৈছিল দুয়োৰে মাজত।জিন্টু দাসে টকাৰ অভাৱত চিলিণ্ডাৰ বিক্ৰী কৰিবলৈ ওলোৱাক লৈ হৈছিল কাজিয়া ।

Back To Top