A massive landslide in Himachal Pradesh's Kullu district today destroyed several houses with many people…
বিদেশলৈ প্ৰধানমন্ত্ৰী মোদী ভ্ৰমণ
চাৰিদিনীয়া ভ্ৰমণসূচীৰে বিদেশলৈ উৰা মাৰিলে প্ৰধানমন্ত্ৰীয়ে।ইটালী, ইংলেণ্ড অভিমুখে যাত্ৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। G20, COP-26ৰ বিশ্ব নেতা সন্মিলনত অংশ ল’ব মোদীয়ে।ৰোমত মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব। ভেটিকাণ চিটীত পোপকো সাক্ষাত্ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে।
কৰোনাৰ পিছত প্ৰথমবাৰলৈ G20ৰ এয়া হ’ব মুখামুখি বৈঠক।ব্ৰিটিছ প্ৰধানমন্ত্ৰী বৰিছ জনছনক ভাৰত ভ্ৰমণলৈ আমন্ত্ৰণ জনাব মোদীয়ে।