A criminal has succumbed to his injuries after facing the heat of angry locals at…
বিদেশৰ পৰা অহা বিমান যাত্ৰী সকলৰ বাবে ভাল খবৰ।
বিদেশৰ পৰা অহা বিমান যাত্ৰী সকলৰ বাবে ভাল খবৰ।এতিয়াৰে পৰা বাধ্যতামূলক নহয় RT-PCR টেষ্ট আৰু কোৱাৰেন্টাইন।৭দিনৰ কোৱাৰেন্টাইনত নাথাকিলেও হ’ব যাত্ৰীসকল।ইয়াৰ বিপৰিতে ১৪ দিন ছেল্ফ মনিটৰিঙত থাকিব লাগিব যাত্ৰী সকল।কেন্দ্ৰীয় স্বাস্হ্য মন্ত্ৰালয়ৰ গ্ৰহণ কৰিছে গুৰুত্বপূৰ্ণ সিদ্ধান্ত।অহা ১৪ ফ্ৰেব্ৰুৱাৰীৰ পৰা সমগ্ৰ দেশতে কাৰ্যকৰী হ’ব এই নিৰ্দেশনা।ক’ভিডৰ দুয়োপালি ভেকচিন গ্ৰহণ কৰা লোকে RT-PCR ৰিপৰ্ট নাথাকিলেও বিমানত উঠিব পাৰিব।