A massive landslide in Himachal Pradesh's Kullu district today destroyed several houses with many people…
বিদ্যুৎ সংকটৰ দিশে ভাৰত
ভাৰতত অনাগত সময়ত দেখা দিব পাৰে গভীৰ বিদ্যুৎ সংকটে। ইয়াৰ মূল কাৰণটো কয়লাৰ অভাৱ। কয়লাচালিত দেশৰ মুঠ ১৩৫ টা শক্তি প্ৰকল্পৰ ভিতৰত, আধাতকৈ অধিক লোকৰ বাবে মজুত আছে মাত্ৰ ২ ৰ পৰা ৪ দিনৰ কয়লা। দেশখনত বিদ্যুৎ য’ত ৭০ শতাংশ শক্তি কয়লাৰ পৰা উৎপন্ন হয়। ইফালে উৎসৱৰ বতৰত বিদ্যুতৰ চাহিদা বৃদ্ধি হয়। ঔদ্যোগিক আৰু ঘৰুৱা দুয়োধৰণৰ শক্তি ব্যৱহাৰৰ শীৰ্ষ স্তৰত আছে। ইতিমধ্যে উত্তৰ-বিহাৰ, মধ্য প্ৰদেশ, ৰাজস্থানকে ধৰি উত্তৰ ভাৰতত বিদ্যুতৰ নাটনিৰ সন্মুখীন হৈছে।