Skip to content

বিশিষ্ট সংগীত শিল্পী অপূৰ্ব বেজবৰুৱাৰ দেহাৱসান।


বিশিষ্ট সংগীত শিল্পী অপূৰ্ব বেজবৰুৱাৰ দেহাৱসান।দিশপুৰ পলিক্লিনিকত শেষ নিশ্বাস ত্যাগ কৰে শিল্পী গৰাকীয়ে।৬.৪০ বজাত শেষ নিশ্বাস ত্যাগ কৰে শিল্পী অপূৰ্ব বেজবৰুৱাই।ব্ৰেইন ষ্ট্ৰকত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল শিল্পী গৰাকী।

Back To Top