Assam and Meghalaya agreed on Saturday to withdraw state police forces deployed along the interstate…
বিশিষ্ট সাহিত্যিক নগেন শইকীয়াৰ মন্তব্যৰ প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰীৰ
বিশিষ্ট সাহিত্যিক নগেন শইকীয়াৰ মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰীয়ে কয় ‘নগেন শইকীয়া এগৰাকী নমস্য ব্যক্তি, তেঁওৰ মন্তব্যক লৈ মোৰ ক’বলগা নাই’।আমি অখণ্ড ভাৰত, অখণ্ড ভাৰতৰ হৈ কাম কৰি আছো।বৰাকেই হওক, ব্ৰহ্মপুত্ৰ উপত্যকাই হওক, কাৰো মনত আঘাত হনা কাম কৰিব নালাগে।ভাষাই মানুহক একত্ৰিত কৰে, ভাষাই যদি বিভেদ আনে ভাষাৰ মূল্য নাথাকিব।চৰকাৰে সকলোকে লৈ এখন বৰ অসম গঢ়াৰ প্ৰচেষ্টা কৰি আছে।ইয়াত বাধা দিয়াৰ বাবে দুই এটা কাম হ’ব, তাৰ সৈতে আমি মোকাবিলা কৰিম।