skip to Main Content

কাৰাগাৰতে পুনৰ জেৰাৰ সন্মুখীন হ’ব ৰৌণক আলী হাজৰিকা

কাৰাগাৰতে পুনৰ জেৰাৰ সন্মুখীন হ’ব ৰৌণক আলী হাজৰিকা। ৰৌণক আলী হাজৰিকাৰ বিৰুদ্ধে এইবাৰ Official Secrets Act ৰ 3(C)/4(1)/5 ধাৰা অতিৰিক্তভাৱে সন্নিবিষ্ট  কৰিছে CM Vigilance এ ৷ চৰকাৰক নজনোৱাকৈ বিদেশলৈ যোৱাৰ বাবে লগোৱা হয় Official Secrets Act ৷ কিয় বাৰে বাৰে গোপনে বিদেশ ভ্ৰমণ কৰিছিল ৰৌণক আলীয়ে। প্ৰাথমিক তদন্তত ৰৌণক আলী হাজৰিকাৰ জেহাদিৰে সম্পৰ্ক থকাৰ তথ্য লাভ কৰিছে আৰক্ষীয়ে ৷

Back To Top