Skip to content

বি জে পি প্ৰাৰ্থী কেতবোৰ ভয়ংকৰ তথ্য ৰাজহুৱা কৰিলে কংগ্ৰেছে


মাজুলী বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বি জে পি প্ৰাৰ্থী ভূৱন গাম ব্যৱসায়িক বিস্তৃতিৰ আঁৰৰ ৰহস্য আৰু ৰাজনৈতিক নেতা আৰু আমোলাৰ সৈতে গঢ়ি তোলা সম্পৰ্কৰ বিষয়ে কেতবোৰ ভয়ংকৰ তথ্য ৰাজহুৱা কৰিলে আজি ৰাজীৱ ভৱনত অসম প্ৰদেশ কংগ্ৰেছৰ সংবাদ মাধ্যম বিভাগৰ অধ্যক্ষ মনজিৎ মহন্তই।

Back To Top