
বুধবাৰৰ পৰা বাইক চলোৱাৰ ক্ষেত্ৰত সলনি হ’ব নিয়ম।বাইকৰ চালক আৰু আৰোহী দুয়ো পৰিধান কৰিব লাগিব হেলমেট। এই নিয়ম নামানিলে ভৰিব লাগিব এক হাজাৰ টকাৰ জৰিমনা। মঙলবাৰে পৰিবহন বিভাগে মহানগৰীৰ গণেশগুৰিত সজাগ কৰিলে বাইক আৰোহীক। বিভাগটোৱে বাইক আৰোহীসকলক এই সন্দৰ্ভত অৱগত কৰোৱায়।