Skip to content

বেংক কৰ্মচাৰীৰ ষ্ট্ৰাইক!


মোদী চৰকাৰৰ বিৰুদ্ধে এইবাৰ প্ৰতিবাদত নামিল বেংক কৰ্মচাৰী। ১৬ আৰু ১৭ ডিচেম্বৰত দেশত বন্ধ থাকিব বেংকসমূহ। চৰকাৰী বেংকসমূহ নৰেন্দ্ৰ মোদীয়ে গতাব বিচাৰিছে ব্যক্তিগত খণ্ডক। ইয়াক লৈ বেংক কৰ্মচাৰীৰ ষ্ট্ৰাইক।

Back To Top