skip to Main Content

বোকাজানত ড্ৰাগছ সৰবৰাহকাৰীলৈ আৰক্ষীৰ গুলীচালনা।

  • Assam


গুলীবিদ্ধ ছাদ্দাম হুছেইন নামৰ এটা ড্ৰাগছ সৰবৰাহকাৰী ।আৰক্ষীৰ বাহনৰ পৰা পলাবলৈ চেষ্টা কৰোতেই আৰক্ষীয়ে গুলীচালনা কৰে।ভৰিত গুলী লগাৰ পাছত আৰক্ষীয়ে পুনৰ ছাদ্দামক গ্ৰেপ্তাৰ কৰিছে।১.৭৭ কেজি হেৰ’ইন জব্দ কৰিছে আৰক্ষীয়ে।

Back To Top