In the Kamrup (M) district district commissioner's office auditorium, a meeting was scheduled. Many decisions…
ব্ৰহ্মপু্ত্ৰ খহনীয়া প্ৰতিৰোধৰ বাবে আৱন্টন ১০ কোটি টকা।
ব্ৰহ্মপু্ত্ৰৰ খহনীয়া স্থায়ী প্ৰতিৰোধৰ বাবে অৱশেষত বিশেষ উদ্যোগ গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰৰ জলসম্পদ বিভাগে।বিগত প্ৰায় এটা দশক ধৰি নৈৰ দাতি-কাষৰীয়া অঞ্চলৰ লোকসকলে চৰম হতাশাত দিন কটাবলগীয়া হৈছিল।বাৰিষাৰ বানে সা-সম্পতি সকলো উতুৱাই লৈ গৈছিল বহুতো লোকৰ।অনিশ্চয়তাত দিন কটাবলগীয়া হৈছিল এই সকল লোকে।সেয়েহে ব্ৰহ্মপু্ত্ৰ খহনীয়া প্ৰতিৰোধৰ বাবে আৱন্টন কৰা হৈছে ১০ কোটি টকা।