skip to Main Content

গণেশগুৰিত ভয়ংকৰ অগ্নিকাণ্ড


গণেশগুৰিৰ কাছাৰী বস্তিত ভয়ংকৰ অগ্নিকাণ্ড।দিছপুৰ কলেজৰ সমীপত অগ্নিকাণ্ড। সন্ধিয়া এটা গুদামত জুইৰ সুত্ৰপাত হৈ দুটা চিলিণ্ডাৰ বিস্ফোৰণ হয়।শ্বৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ডৰ সন্দেহ কৰা হৈছে । জুইত জাহ গৈছে গুদামটোৰ চেনিটেৰী সামগ্ৰী।

Back To Top