A massive landslide in Himachal Pradesh's Kullu district today destroyed several houses with many people…
ভাৰতীয় সেনাৰ জোৱানৰ সৈতে দীপাৱলী উদযাপন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ২০২১ বৰ্ষৰ দীপাৱলী উদযাপন কৰিব সেনাৰ সৈতে। পুৱা টুইটাৰৰ জৰিয়তে দেশবাসীক পোহৰৰ উৎসৱৰ শুভেচ্ছা জনাই।কেইবাখনো বিদেশ ভ্ৰমণ কৰি উৎসৱৰ বতৰত দেশত আহি উপস্থিত হোৱা মোডীয়ে ভাৰতীয় সেনাৰ জোৱানৰ সৈতে দীপাৱলী উদযাপন কৰিবলৈ জন্মু-কাশ্মীৰত উপস্থিত হৈছেগৈ। কাশ্মীৰ উপত্যকাৰ ৰাজৌৰি জিলাৰ নাওচেৰা চেক্টৰত উপস্থিত হোৱা প্ৰধানমন্ত্ৰী মোডীয়ে সীমান্তৰ জোৱানসকলক উৎসাহিত কৰিব।