Skip to content

ভূমি সম্পৰ্কীয় সমস্যা সমাধানৰ বাবে চৰকাৰে মুকলি কৰিলে হেল্পলাইন নম্বৰ


ভূমি সম্পৰ্কীয় সমস্যা সমাধানৰ বাবে চৰকাৰে মুকলি কৰিলে হেল্পলাইন নম্বৰ।আজিকালি সঘনাই ঘটি থকা সমস্যা সমূহৰ এটা উল্লেখযোগ্য সমস্যা হৈছে ভূমি সম্পৰ্কীয় সমস্যা।মাটি-বাৰিৰ বাবে নিজৰ পৰিয়ালৰ লোককে হত্যা কৰাও দেখা পোৱা গৈছে।সেইবাবে চৰকাৰে মুকলি কৰিছে হেল্পলাইন নম্বৰ।নম্বৰটো হৈছে-18003452666।

Back To Top