Assam Governor Shri Gulab Chand Kataria visited Wing Commander Utpal Barbara, the recipient of the…
ভয়াৱহ ক’ভিড সংক্ৰমণৰ বাবে বন্ধ থাকিব পুৰীৰ জগন্নাথ মন্দিৰ
বৰ্তমানৰ উৰিষ্যাৰ ক’ভিড-19ৰ পৰিস্থিতি ভয়াবহ।ৰাজ্যখনৰ চৰকাৰে এই কথালৈ লক্ষ্য কৰি বিশ্ববিখ্যাত পুৰীৰ জগন্নাথ মন্দিৰ বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।চলিত মাহৰ ১০ তাৰিখৰ পৰা ৩১ তাৰিখলৈ বন্ধ থাকিব পুৰীৰ জগন্নাথ মন্দিৰ।মন্দিৰ পৰিচালকৰ লগতে একাংশ কৰ্মচাৰীও ক’ভিডত আক্ৰান্ত হৈছে।ক’ভিড-19ৰ সংক্ৰমণৰ বাবে এনে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ উৰিষ্যা চৰকাৰৰ।