Skip to content

মক্কা অভিমুখে ৰাওনা হ’ল এইবাৰৰ অসমৰ প্ৰথমটো হজ যাত্ৰীৰ দল।


মক্কা অভিমুখে ৰাওনা হ’ল এইবাৰৰ অসমৰ প্ৰথমটো হজ যাত্ৰীৰ দল।বৰঝাৰ বিমান বন্দৰত ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয় হজ যাত্ৰী সকলক।যোৱাবাৰ ক’ভিডৰ বাবে যাত্ৰা কৰিব পৰা নাছিল হজ যাত্ৰী সকলে।

Back To Top