Skip to content

মহানগৰীত গুলী চালনাৰ ঘটনা।

মহানগৰীৰ বৰ্ষাপাৰাৰ সমীপৰ ইটাৰভাটাত সংঘটিত হৈছে এই গুলী চালনাৰ ঘটনা। গুলী চালনাত আহত হৈছে এজন।আহত ব্যক্তিজনৰ নাম লিটন মজুমদাৰ। এখন দোকানত ডকাইতৰ চেষ্টা চলাই কৰিছিল এই গুলী চালনা।আৰক্ষীয়ে জব্দ কৰিছে এখন ডাষ্টাৰ বাহন।

Back To Top