skip to Main Content

আগন্তুক উপ নিৰ্বাচনত এটা সমষ্টিতো প্ৰাৰ্থীত্ব নিদিয়ে অসম গণ পৰিষদ দলে

আগন্তুক উপ নিৰ্বাচনত এটা সমষ্টিতো প্ৰাৰ্থীত্ব নিদিয়ে অসম গণ পৰিষদ দলে। বিজেপিৰ মিত্ৰদল তথা বৰ্তমান চৰকাৰৰ অংশীদাৰ দলটোৱে এটাও সমষ্টিত প্ৰাৰ্থী নিদিয়াৰ কথা ঘোষণা কৰে অগপ সভাপতি অতুল বৰাই।

Back To Top