The Assam government plans to send about 1,000 youth to the Cellular Jail in Andaman…
মহানগৰীত চিটিবাছৰ দৌৰাত্ম্য ৰোধৰ বাবে কঠোৰ জিলা প্ৰশাসন
মহানগৰীত চিটিবাছৰ দৌৰাত্ম্য ৰোধৰ বাবে কঠোৰ জিলা প্ৰশাসন।মহানগৰৰ ৬০টা বিভিন্ন বাছ আস্থানত অতি সোনকালে আস্থান হিচাপে চিহ্নিত কৰা স্থায়ী ফলক লগাবলৈ গুৱাহাটী পৌৰ নিগম, পৰিবহন বিভাগ আৰু লোক নিৰ্মাণ বিভাগক যুটীয়াভাৱে ব্যৱস্থা লব’লৈ উপায়ুক্তগৰাকীয়ে নিৰ্দেশ দিয়ে। আনহাতে, এতিয়াৰে পৰা য’তে ত’তে চালকে গাড়ী ৰখালে চালকে ভৰিব লাগিব জৰিমনা।