Skip to content

মহানগৰীৰ নুনমাটিত বনৰীয়া ম’হৰ সন্ত্ৰাস।


মহানগৰীৰ নুনমাটিত বনৰীয়া ম’হৰ সন্ত্ৰাস।চূণচালি ৰামসিং চাপৰিত বনৰীয়া ম’হৰ আক্ৰমণত গুৰুতৰভাৱে আহত এজন কৃষক।আহত কৃষকজনৰ নাম বালছন্দ চৌহান।দীৰ্ঘদিন ধৰি বনৰীয়া ম’হৰ জাকটোৱে সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল।শীঘ্ৰে বন বিভাগক ব্যৱস্হা গ্ৰহণৰ দাবী স্হানীয় ৰাইজৰ।

Back To Top