In the Kamrup (M) district district commissioner's office auditorium, a meeting was scheduled. Many decisions…
মাইক্ৰ কন্টেইমেন্ট জ’ন ঘোষণা ৯খন কৈ শিক্ষানুস্থানক
ৰাজ্যজুৰি বৃদ্ধি পাইছে কৰণাৰ দ্ৰুত সংক্ৰমণ।ৰাজ্যৰ ৯খন শিক্ষানুষ্ঠান ইতিমধ্যে ঘোষণা কৰা হৈছে মাইক্ৰ কন্টেইমেন্ট জ’ন হিচাপে।মাইক্ৰ কন্টেইমেন্ট জ’ন ঘোষণা কৰা শিক্ষানুস্থান কেইখন হৈছে-ক্ষেত্ৰী চিএইচচি,কামাখ্যা বিদ্যালয় এইচ এছ,গুৰুকুল গ্ৰামাৰ বিদ্যালয়,ৰহমান ইনষ্টিটিউট অৱ নাৰ্ছিং এণ্ড পাৰামেডিকেল ছায়েঞ্চ,আৰ্য বিদ্যাপীঠ এইচ এণ্ড এম ই স্কুল,গোপীনাথ নগৰ,অসম জাতীয় বিদ্যালয়,নুনমাটি,বাথৌপুৰী বড়ো হাইস্কুল,আহোমগাঁও,মালিগাঁৱৰ টিআৰপি হিন্দী স্কুল,সোণাৰাম বিদ্যালয় এইচ এছ।